কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰি লdho.ri loVerb-Trans.
তৰ্ক বা ব্যাখ্যাৰ খাতিৰত কোনো কথা সত্য বা আচল বুলি ধৰি ল
to consider something to be true or real for the sake of argument or explanation
- ধৰি ৰাখ্dho.ri rakhVerb-Trans.
আইন-শৃঙ্খলা উলঙ্ঘা কৰাৰ বাবে আৱদ্ধ কৰি ৰাখ্
to take into custody for violation of law and order
- ধৰিত্ৰীdharitrīNoun
পৱথিবী
the earth
- ধৰিব পাৰ্dho.ri.bo parVerb-Intran.
গুৰুত্ব, প্ৰভাৱ বা মূল্য অনুভৱ বা আয়ত্ব কৰ্
to grasp the significance, implications, or importance of
- ধৰিবাঁdharibām̐Adverb
জানিবাঁ; মনত ভাবি লৈ
supposing
- ধৰিয়াdhariẏāNoun
এবিধ ডাঙৰ নিগনি।
- ধৰীয়াdharīẏāAdjective
জৰীত ধাৰ পাতি গঁথা
arranged on a string
- ধৰীয়া-বিৰি
একেগছ জৰীতে ধাৰ পাতি সি লোবা বিৰি
a neck ornament consisting of a garland or Assamese biris or beads
- ধৰুবাdharubāAdjective
ধাৰে ধন বা বস্ত্ত লোবা; ঋণী
indebted
- ধৰুৱাdho.ru.waProper Adj.
পাছত ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত কাৰোবাৰ পৰা কোনো বস্তু বা ধন লোৱা ব্যক্তি
Someone who receives something or money on the promise to return it or its equivalent.
- ধৰোঁতাdho.ro`~.taVerbal Noun
যি ধৰে
a person or thing that catches
- ধৰ্dharIntransitive verb
গাত ৰাগি লাগ্; পোৰণি বা বেদনা জন্মা
produce sensation, intoxication or pain
- ধৰ্ ধৰ্ মাৰ্ মাৰ্Noun
হতা-হতি যুঁজত আক্ৰমণ কৰোঁতে কৰা শব্দ
a cry of attack at the time of hand to hand fight
- ধৰ্ণাdhor.naAbstract Noun
কাৰোবাৰ ঘৰৰ বা কোনো কাৰ্য্যালয়ৰ সমুখত অনশন কৰি বহি থাকি দাবী পূৰণ কৰাৰ অহিংস প্ৰচেষ্টা
an attempt to fullfil one`s grievances by sitting and fasting in front of someone`s house or an office
- ধৰ্তব্যdhartabyaNoun
ধৰিব লগীয়া; মানিবৰ বা বিশ্বাসৰ যোগ্য
worth considering or accepting; credible
- ধৰ্ত্তব্যdharttabyaNoun
ধৰিব লগীয়া; মানিবৰ বা বিশ্বাসৰ যোগ্য
worth considering or accepting; credible
- ধৰ্নাdharnāNoun
কাৰো ঘৰৰ মুখত অনশন কৰি থাকি বিশেষ অভীষ্ট লাভৰ চেষ্টা।
- ধৰ্মdharmaNoun
স্বাভাবিক গুণ বা প্ৰকৱতি; যেনে-"জীবৰ ধৰ্ম্ম মৰণ"; . অভ্যাসৰপৰা হোবা স্বভাব; যেনে -"মদপীৰ ধৰ্ম মদ খোবা"
property; faculty ; acquired character
- ধৰ্ম-কাৰ্য্যNoun
ধৰ্মৰ অনুষ্ঠান।
- ধৰ্ম-কৰ্মNoun
ধৰ্মৰ অনুষ্ঠান।