← ফুৰি যাওক

ধৰুবা

dharubā

অৰ্থ

1.

ধাৰে ধন বা বস্ত্ত লোবা; ঋণী

indebted

বিণ.

2.

ধাৰ কৰা মানুহ

a debtor

বি.

3.

ধন বা বস্ত্ত ধাৰে দিয়া লোক

a creditor

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধৰুবা · অসমীয়া অভিধান