← ফুৰি যাওক

ধৰ্ম

dharma

অৰ্থ

1.

স্বাভাবিক গুণ বা প্ৰকৱতি; যেনে-"জীবৰ ধৰ্ম্ম মৰণ"; . অভ্যাসৰপৰা হোবা স্বভাব; যেনে -"মদপীৰ ধৰ্ম মদ খোবা"

property; faculty ; acquired character

বি.

সমাৰ্থক শব্দ

2.

আগৰেপৰা কৰি অহা আচৰণ বা ৰীতি; যেনে-"কুল-ধৰ্ম্ম;"

usage

বি.

সমাৰ্থক শব্দ

3.

ন্যায়

righteousness; justice

বি.

সমাৰ্থক শব্দ

4.

ঈশ্বৰত বিশ্বাস; . পৰকালত সদ্গতি পাবলৈ কৰা কাৰ্য্য; পুণ্যকাৰ্য্য

faith in God ; a ceremony performed with the hope of attaining felicity after death; pious or meritorious act

বি.

সমাৰ্থক শব্দ

5.

কোনো এক জাতিৰ ঈশ্বৰ-উপাসনাৰ ৰীতি-নীতি; যেনে-"হিন্দুধৰ্ম্ম"

a religion

বি.

সমাৰ্থক শব্দ

6.

যন ৰজা; . সতীত্ব

a name of Yama ; chastity

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধৰ্ম · অসমীয়া অভিধান