কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুঁট্খুঁটীয়াkhum̐ṭkhum̐ṭīẏāNoun
সৰু বস্ত্তৰ আঘাতৰ শব্দ; ক্ৰি. বিণ. খুঁট্খুঁট্ কৰে, খুঁট্খুঁট্কৈ অলপ অলপকৈ কিন্ত্ত ঘনাই (কৰা কাজিয়া)।
- খুঁতkhum̐taNoun
ছিদ্ৰ; ঘুণ; দোষ; অসম্পূৰ্ণতা; বিফলতা
defect; flaw; fault
- খুঁত উলিয়াkhu~t u.li.yaVerb-Trans.
আনৰ দোষ বা ভুল-ত্ৰুটি খোচৰ্
To find fault and short-comings
- খুইজনাCommon Noun
A person who requests for money, food, shelter, drugs, alcohol, or other necessities as donations, i.e. free of cost, from people they encounter .
- খুউৱা-ধুউৱাkhu.u.wa-dhu.u.waAbstract Noun
অতিথিক কৰা শুশ্ৰুষা ।
Friendly reception and treatment of guests or strangers.
- খুকুন্দাAbstract Noun
কিবা হ’ব বুলি, বিশেষকৈ অশুভ কিবা ঘটিব বুলি অনুমান কৰি চিন্তা কৰা।
act of suspecting something, especially something wrong.
- খুকুৰাAdjective
ভাগি-ছিগি যোবা; ভাগি ডোখৰ ডোখৰ হোবা (ধাতুৰ পাত্ৰ)
broken into pieces
- খুকুৰাkhukurāNoun
বহুত বয়সলৈকে বিয়া নোহোবা আৰু ছোবালী নোপোবা ডেকা ল'ৰা; থুপৰা
a young man remaining unmarried being unable to secure a girl
- খুকুৰিkhukuriNoun
নেপালী দা
kukri, a Nepalese dāo
- খুকুৰ্khukurIntransitive verb
ভাগি ডোখৰ ডোখৰ হ
to break into pieces
- খুখুন্দkhukhundaAdjective
চূৰ্ণ; জীৰ্ণ; গুড়ি; পুৰণি হৈ ভাগি-ছিগি যোবা যেন হোবা; যেনে-"ৰৌদ্ৰে বৰিষণে অতি পুৰিয়া আছয়। খুখুন্দা ধনকু ভাঙ্গি মুনিহ কহয়" (মা., আদিকাণ্ড)
powdered; worn-out; in a dilapidated state
- খুখুন্দাkhukhundāAdjective
চূৰ্ণ; জীৰ্ণ; গুড়ি; পুৰণি হৈ ভাগি-ছিগি যোবা যেন হোবা; যেনে-"ৰৌদ্ৰে বৰিষণে অতি পুৰিয়া আছয়। খুখুন্দা ধনকু ভাঙ্গি মুনিহ কহয়" (মা., আদিকাণ্ড)
powdered; worn-out; in a dilapidated state
- খুচkhucaNoun
ফুৰ্ত্তি; ৰং-ধেমালি
mirth; joy
- খুচখুচাkhucakhucāIntransitive verb
সৰু সৰুকৈ কাম কৰি থাক্।
- খুচতীয়াkhucatīẏāAdjective
ৰস-থকা; ৰং লগোবা (কথা)
funny; pleasing
- খুচনামkhucanāmaNoun
সুখ্যাতি
reputation; fame
- খুচিkhuciNoun
ইচ্ছা
will desire
- খুচুৰ খুচুৰkhucura, khucuraNoun
লাহে লাহেকৈ হোবা খচ্খচ্ শব্দ; মাটি বা বালিত খুঁচিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by thrusting a stick into earth or sand
- খুচুৰাkhucurāNoun
অলপ পৰিমাণৰ; অলপীয়া; কম; তাকৰীয়া
taken in small quantities
- খুচুৰা দোকানীkhu.su.ra. do`.ka.niCommon Noun
গ্ৰাহকক তাকৰীয়াকৈ বস্তু বেচোঁতা ৷
one who sales goods in small quantities to consumer.