← ফুৰি যাওক

খুঁট্খুঁটীয়া

khum̐ṭkhum̐ṭīẏā

অৰ্থ

1.

সৰু বস্ত্তৰ আঘাতৰ শব্দ; ক্ৰি. বিণ. খুঁট্খুঁট্ কৰে, খুঁট্খুঁট্কৈ অলপ অলপকৈ কিন্ত্ত ঘনাই (কৰা কাজিয়া)।

বি.

2.

ঘনে ঘনে দন্দ কৰি থকা; দন্দুৰা

quarrelsome

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ