← ফুৰি যাওক

খুকুৰি

khukuri

অৰ্থ

1.

নেপালী দা

kukri, a Nepalese dāo

বি.

2.

সৰু খঁৰা বা খং

a small elongated basket

বি.

3.

মনৰ সামান্য আশঙ্কা; অলপ সন্দেহ

slight doubt

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খুকুৰি · অসমীয়া অভিধান