কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খিলkhila
কেবাৰী পতিত মাটি
barren waste land
- খিলখিলkhil.khilProper Adj.
বৰকৈ মুখ নেমেলি বা মুখ চেপি হাঁহিলে হোৱাৰ নিচিনা শব্দ ৷
An imitative word used to express the sound of a suppressed laugh.
- খিলখিলনিkhil.khi.lo.niProper Adj.
বৰকৈ মুখ নেমেলি বা মুখ চেপি হাঁহিলে হোৱাৰ নিচিনা শব্দ ৷
An imitative word used to express the sound of a suppressed laugh.
- খিলখিলাkhil.khi.laVerb-Intran.
মুখ চেপি অলপীয়াকৈ হাঁহ্৷
Give a short, half-suppressed laugh.
- খিলঞ্জীkhilañjīAdjective
চিৰদিনীয়া; লৰচৰ নকৰি স্হায়ীভাবে থকা; বহুকাল একে ঠাইতে থকা (মানুহ)
living at a place permanently
- খিলঞ্জীয়াkhilañjīẏāAdjective
চিৰদিনীয়া; লৰচৰ নকৰি স্হায়ীভাবে থকা; বহুকাল একে ঠাইতে থকা (মানুহ)
living at a place permanently
- খিলাkhilāNoun
দুচটা কাঁঠ জোৰা খুবাই ধৰি ৰাখিবলৈ সুমাই দিয়া চেপেটা শাল; যেনে-"ভকত ডাঙৰ, ভকত সৰু, ভকত মাজৰ খিলা। চাঙৰ তলত ভকত আছে দেখিলা কি নেদেখিলা।"
a flat pin for joining two pieces of wood, etc.
- খিলাংkhilāmNoun
আগৰ দিনৰ আহোমবিলাকৰ চাংমাই-শালত মঙহ কুটা পাট
a kitchen dresser used by the ancient Āhoms
- খিলাতkhilātaNoun
ৰজাই কোনো উপাধি দিওঁতে তাৰ লগত দিয়া সাজ-পাৰ।
- খিলানkhi.lanMaterial Noun
ওপৰৰ ভাৰ বহন কৰা বৃত্তাকাৰ গাঁথনি।
A masonry construction (usually curved) in any architecture for spanning an opening and supporting the weight above it.
- খিলাফতkhilāphataNoun
তুৰস্কৰ ৰজা (খলিফা) আৰু ধৰ্ম্মগুৰুৰ ক্ষমতা, মৰ্য্যাদা আদিৰ বাব
the position and power of the Sultan of Turkey; Khalifate
- খিলাফৎ আন্দোলনAbstract Noun
১৯১৯-২৪ খৃষ্টাব্দৰ কালচোৱাত বৃটিছৰ আমোলত ভাৰতীয় মুছলমানসকলে গঢ়ি তোলা এক আন্দোলন, যাৰ মূল লক্ষ্য আছিল অটমান কালিফেটৰ খালিফ, চুন্নী মুছলমানসকলৰ নেতাজনক ৰাজনৈতিক মুৰব্বীৰূপে স্বীকাৰ কৰা
also known as the Indian Muslim movement (1919–24), was a pan-Islamist political protest campaign launched by Muslims of British India to restore the caliph of the Ottoman Caliphate, the leader of Sunni Muslims, as an effective political authority.
- খিলিkhiliNoun
নাবৰ তলীত পাট জোৰা দিয়াত ব্যবহাৰ কৰা দুই-মূৰ-জোঙা চেপেটা গজাল
a flat nail pointed at both ends
- খিলিংকাৰAbstract Noun
লজ্জাজনক, অপৰাধমূলক বা হিংসামূলক কাৰ্য্যকলাপৰ পৰিণতিত হোৱা অতি বেয়া খ্যাতি, জনৰোষ বা তীব্ৰ নিন্দা।
extremely bad reputation, public reproach, or strong condemnation as the result of a shameful, criminal, or outrageous act.
- খিলিকিkhilikiNoun
কাৰ্ফাই ধেনু বা হিলৈৰ লপলপি বা ঘোঁৰা ওফৰোবা যতন
a trigger
- খিলিকীkhi.li.kiMaterial Noun
পোহৰ আৰু বতাহ সোমোৱাৰ সুবিধাৰ কাৰণে ঘৰৰ বেৰ বা চালত ৰখা ডাঙৰ ফুটা, য’ত সাধাৰণতে কাঠ, বাঁহ বা ধাতুৰে নিৰ্মিত গাঁথনিত আইনা আদি লগাই খোলা-বন্ধ কৰিব পৰা ব্যৱস্থা থাকে ৷
An opening constructed in a wall or roof that functions to admit light or air to an enclosure and is often framed and spanned with glass mounted to permit opening and closing.
- খিলিঙ্কাৰkhiliṅkāraNoun
দুৰ্নাম; দুৰ্যশ
disgrace
- খিল্খিলkhilkhilaNoun
বৰকৈ মুখ নেমেলি বা মুখ চেপি হাঁহিলে হোবাৰ নিচিনা শব্দ; খিক্খিক্
an imitative word used to express the sound of a supressed laugh
- খিল্খিলনি
খিল্খিল্ কৰা কাৰ্য্য।
- খিল্খিলাIntransitive verb; Adjective
খিল্খিলীয়া (হাঁহি)।