খিলা
khilā
অৰ্থ
1.
দুচটা কাঁঠ জোৰা খুবাই ধৰি ৰাখিবলৈ সুমাই দিয়া চেপেটা শাল; যেনে-"ভকত ডাঙৰ, ভকত সৰু, ভকত মাজৰ খিলা। চাঙৰ তলত ভকত আছে দেখিলা কি নেদেখিলা।"
a flat pin for joining two pieces of wood, etc.
বি.
2.
কুৰ্ম্মুৰা
a short flat peg used by weavers
বি.
3.
বিৰা; এপাত পাণ
a whole betel leaf
বি.
4.
গছৰ এখন বা এটা পাত
a leaf of a tree in general
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ