খিলঞ্জী
khilañjī
অৰ্থ
1.
চিৰদিনীয়া; লৰচৰ নকৰি স্হায়ীভাবে থকা; বহুকাল একে ঠাইতে থকা (মানুহ)
living at a place permanently
বিণ.
সমাৰ্থক শব্দ
2.
3.
বহু পুৰুষে ভোগ কৰা (মাটি-বাৰী)
occupied or possessed for many generations
বিণ.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ