← ফুৰি যাওক

খিলাফৎ আন্দোলন

অৰ্থ

1.

১৯১৯-২৪ খৃষ্টাব্দৰ কালচোৱাত বৃটিছৰ আমোলত ভাৰতীয় মুছলমানসকলে গঢ়ি তোলা এক আন্দোলন, যাৰ মূল লক্ষ্য আছিল অট‌মান কালিফেটৰ খালিফ, চুন্নী মুছলমানসকলৰ নেতাজনক ৰাজনৈতিক মুৰব্বীৰূপে স্বীকাৰ কৰা

also known as the Indian Muslim movement (1919–24), was a pan-Islamist political protest campaign launched by Muslims of British India to restore the caliph of the Ottoman Caliphate, the leader of Sunni Muslims, as an effective political authority.

গুণবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ