কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদ্বন্ধন কৰ্ud.bon.dhon korVerb-Trans.
Suspend by the neck with a noosed rope until dead
- উদ্বহud.dwohCommon Noun
যাৰ দ্বাৰা বংশ ৰক্ষা হয়, এতেকে কোনো ব্যক্তিৰ উত্তৰসূৰী ল`ৰা বা ছোৱালী
The immediate descendants of a person.
- উদ্বহাud.do.haCommon Noun
কন্যা-সন্তান
a female child or person in relation to her parents.
- উদ্বাউলudbāulaAdjective
কোনো বিষয়লৈ বৰকৈ মন মেলি বৰিয়াৰ নিচিনা হোবা
distracted or maddened in pursuit of something
- উদ্বান্তudbāntaAdjective
গৱহহীন; গৱহ-পৰিত্যক্ত
homeless; displaced
- উদ্বাহudbāhaAdjective
ওপৰলৈ হাত তুলি বা দাঙি থকা
having arms raised upwards
- উদ্বাহনud.ba.honAbstract Noun
ন্যায়িক প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আদিৰ যোগেদি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে স্বামী-স্ত্ৰী ৰূপে জীৱন কটোৱাৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ বাবে পতা এক সামাজিক অনুষ্ঠান
the social institution under which a man and woman establish their decision to live as husband and wife by legal commitments, religious ceremonies, etc.
- উদ্বাহুVerbal Adj.
এক বাহু ওপৰলৈ কৰি থকা (এক প্ৰকাৰৰ তপস্যা)
having an arm lifted up
- উদ্বায়বAdjective Adj.
readily vaporizable at a relatively low temperature, characterized by or subject to rapid or unexpected change, tending to erupt into violence
- উদ্বায়ীudd.wa.yiAdjective Adj.
readily vaporizable at a relatively low temperature, characterized by or subject to rapid or unexpected change, tending to erupt into violence
- উদ্বায়ুAdjective Adj.
readily vaporizable at a relatively low temperature, characterized by or subject to rapid or unexpected change, tending to erupt into violence
- উদ্বিগ্নudbignaAdjective
উত্কণ্ঠিত; উগুল-থুগুল; চিন্তিত; চিন্তা আৰু ভাবনাযুক্ত
anxious; uneasy; agitated
- উদ্বিগ্নতাud.dig.no.taAbstract Noun
অনিশ্চয়তা বা দুৰ্ভাগ্যই সৃষ্টি কৰা মানসিক অশান্তি
distress or uneasiness of mind caused by uncertainly or misfortune
- উদ্বুগ্ধud.bug.dhoProper Adj.
Stimulated for some creative activity.
- উদ্বুদ্ধud.bud.dhoProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- উদ্বৃত্তud.brit.toProper Adj.
প্ৰয়োজনতকৈ বেছি অথবা নিৰ্দ্দিষ্ট পৰিমাণতকৈ অধিক ৷
More than or beyond what is usual, normal, expected, or necessary.
- উদ্বৃত্ত-পত্ৰu.drit.to-pot.roMaterial Noun
এক নিৰ্দ্দিষ্ট তাৰিখত কোনো ব্যৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠানৰ জমা-খৰচৰ হিছাপ লিখা কাকত
a statement of the financial position of a business on a specified date
- উদ্বেগudbegaNoun
ভয়যুক্ত ভাবনা; উগুল-থুগুল; উত্কণ্ঠা
anxiety; uneasiness
- উদ্বেগজনকud.deg.jo.nokProper Adj.
মনত ভয় বা উদ্বেগৰ ভাৱ জন্মোৱা
causing a sense of fear or anxiety
- উদ্বেগজনকভাৱেud.deg.jo.nok.bha.beAdverb
যিধৰণৰ আশা কৰা হৈছিল, তাতকৈ নিম্ন মানৰ ফল পোৱা বা কাম কৰা
done in a manner inferior to the expected quality