← ফুৰি যাওক

উদ্বিগ্ন

udbigna

অৰ্থ

1.

উত্কণ্ঠিত; উগুল-থুগুল; চিন্তিত; চিন্তা আৰু ভাবনাযুক্ত

anxious; uneasy; agitated

বিণ.

2.

উগুল-থুগুল অবস্হা

anxiety

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদ্বিগ্ন · অসমীয়া অভিধান