← ফুৰি যাওক

উদ্বেগ

udbega

অৰ্থ

1.

ভয়যুক্ত ভাবনা; উগুল-থুগুল; উত্কণ্ঠা

anxiety; uneasiness

বি.

2.

আবেগ

haste; hurry

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদ্বেগ · অসমীয়া অভিধান