← ফুৰি যাওক

উদ্বাউল

udbāula

অৰ্থ

1.

কোনো বিষয়লৈ বৰকৈ মন মেলি বৰিয়াৰ নিচিনা হোবা

distracted or maddened in pursuit of something

বিণ.

2.

খঙৰ কোবত নিজক পাহৰা

distracted with anger

বিণ.

3.

শোকত বলিয়াৰ নিচিনা বা অতি কাতৰ হোবা

distracted with sorrow

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদ্বাউল · অসমীয়া অভিধান