কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদ্ধতuddhataAdjective
উচ্ছৱঙ্খল; উতনুবা; আগ-পাছ নুগুণা
rash; insolent; easily excitable
- উদ্ধতালিNoun
উদ্ধত হোবা গুণ বা স্বভাব; উদ্ধত লোকৰ কৰ্ম্ম
rashness; insolence; haughtiness; rash act or conduct
- উদ্ধবuddhabaNoun
কৱষ্ণৰ এজন ভক্ত বন্ধু আৰু মন্ত্ৰণাদাতা [এওঁ বৱহস্পতিৰ শিষ্য আছিল; এওঁৰ আন নাম দেবশ্ৰবা]।
- উদ্ধব-সম্বাদuddhaba-sambādaNoun
শঙ্কৰদেবে লিখা এখনি পুথি [ইয়াত কৱষ্ণই মথাৰাৰপৰা উদ্ধবক গোকুললৈ পঠিয়াই গোপীসকলৰ আশ্বাস দিয়াৰ কথা আছে]।
- উদ্ধাৰuddhāraNoun
তোলন; তোলা কাৰ্য্য
the act of raising
- উদ্ধাৰ কৰ্ud.dhar korVerb-Trans.
কোনো ব্যক্তিক বিপদজনক বা অৱৰুদ্ধ অৱস্থাৰ পৰা আঁতৰাই সুৰক্ষিত স্থানলৈ অনা
to transport somebody from a dangerous or trapped location to a safer location
- উদ্ধাৰ-কৰ্ত্তাud.dhar-kor.taCommon Noun
বিপদ আদিৰ পৰা ৰক্ষা কৰোঁতা ব্যক্তি
Person who saves from danger etc.
- উদ্ধাৰ-চিহ্নuddhāra-cihnaNoun
""এই চিহ্ন [পুথি আদিৰপৰা তুলি অনা কথা যি চিনৰ ভিতৰত লিখা হয়]
sign of quotation
- উদ্ধাৰকNoun
উদ্ধাৰ কৰোঁতা; ত্ৰাণকৰ্ত্তা
deliverer; a saviour; one who makes an extract
- উদ্ধাৰকাৰীCommon Noun
যিজনে আন কোনো ব্যক্তি বা জীৱক বিপদ-আপদৰ পৰা আঁতৰাই নিয়ে বা ৰক্ষা কৰে।
a person who saves someone from a dangerous or difficult situation.
- উদ্ধাৰণীuddhāraṇīAdjective
ডাঙৰ পাপৰপৰা পৰাচিত হৈ উদ্ধাৰ হ'বলৈ দিয়া (ভোজ বা সবাহ)।
- উদ্ধৃতu.dhri.toVerbal Adj.
আনৰ লেখাৰপৰা তুলি আনি উল্লেখ কৰা (উক্তি, খণ্ডবাক্য আদি)
(a passage, phrase, etc.) from a book, speech, or the like, which has been repeated elsewhere
- উদ্ধৃতিud.dhri.tiAbstract Noun
কোনো কিতাপ, বক্তৃতা আদিৰ (কোনো অংশ বা বাক্য আদি) পুনৰ উল্লেখ
repeatation (a passage, phrase, etc.) from a book, speech, or the like, as by way of authority, illustration, etc
- উদ্ধৃতি দেud.dhi.ti deVerb-Trans.
কোনো কিতাপ, বক্তৃতা আদিৰ (কোনো অংশ বা বাক্য আদি) পুনৰ উল্লেখ কৰ্
to repeat (a passage, phrase, etc.) from a book, speech, or the like, as by way of authority, illustration, etc
- উদ্ধৰণud.dho.ronVerbal Noun
কোনো কাম বা আন দায়িত্ব আদিৰ পৰা মুক্ত হোৱা |
Release from a post of duty, as by the arrival of a substitute or replacement.
- উদ্ধৱVerbal Adj.
তুলনামূলক ভাৱে উচ্চ (মূল্য, দাম, গুণমান আদিৰ ক্ষেত্ৰত)
comparatively higher (in value, price, quality etc.)
- উদ্ধৱতuddhawataAdjective
ওপৰলৈ তুলি অনা; তোলা
drawn; raised
- উদ্ধৱবন্ধুud.dhob.bon.dhuProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- উদ্ফালudphālaNoun
জাঁপ; যেনে-"কুম্ভীৰ মগৰে; কৰে উদ্ফালঃ দেখি ভৈল ঋষি ত্ৰাস" (দ্বাদশ)
jumping upwards
- উদ্বন্ধনud.bon.dhonVerbal Noun
ফাঁচি দিয়া বা লোৱা কাৰ্য্য ৷
The act of hanging by halter.