উদ্ধৱত
uddhawata
অৰ্থ
1.
ওপৰলৈ তুলি অনা; তোলা
drawn; raised
বিণ.
2.
আনৰ লেখাৰপৰা তুলি বা নকল কৰি অনা
extracted; quoted
বিণ.
3.
ৰক্ষা বা মুক্ত কৰা
delivered; saved
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
uddhawata
ওপৰলৈ তুলি অনা; তোলা
drawn; raised
বিণ.
আনৰ লেখাৰপৰা তুলি বা নকল কৰি অনা
extracted; quoted
বিণ.
ৰক্ষা বা মুক্ত কৰা
delivered; saved
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ