← ফুৰি যাওক

উদ্ধত

uddhata

অৰ্থ

1.

উচ্ছৱঙ্খল; উতনুবা; আগ-পাছ নুগুণা

rash; insolent; easily excitable

বিণ.

2.

গৰ্ব্বী; অহঙ্কাৰী

haughty

বিণ.

3.

উগ্ৰ; দুৰ্দ্দান্ত

foolhardy; fierce

বিণ.

4.

অশিষ্ট; অবিনীত

rude; unmannerly

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদ্ধত · অসমীয়া অভিধান