উদ্ধাৰ
uddhāra
অৰ্থ
1.
তোলন; তোলা কাৰ্য্য
the act of raising
বি.
2.
পৰাচিত আদিৰ দ্বাৰা কোনো পাপ বা দোষৰপৰা মুক্ত হোবা
expiation
বি.
3.
আপদ, দুখ বা টানৰপৰা ৰক্ষা
deliverance
বি.
4.
সংসাৰৰ হাত সৰা; মুক্তি; লুপ্ত বা নষ্ট হ'বলৈ ধৰা অবস্হাৰপৰা ৰক্ষা কৰা
salvation ; preservation
বি.
5.
পুথি আদিৰপৰা তুলি অনা বা নকল কৰা কাৰ্য্য
copying or extracting
বি.
6.
কৰম, ক্ৰিয়াদি কৰি মৱতকৰ সদ্গতি কৰা
act of securing salvation for deceased persons
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ