কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফটোমিটাৰpho.to`.mi.tarMaterial Noun
পোহৰৰ তীব্ৰতা জুখিবৰ কাৰণে ব্যৱহাৰ কৰা এবিধ সঁজুলি৷ ইয়াৰ দ্বাৰা কোনো দ্বীপৰ দীপন-শক্তি জোখা হয়৷
Instrument for measuring light
- ফটৌ-চোলাphaṭau-colāNoun
বুকু ফলা, হাত নথকা, কঁকাললৈকে পৰা এবিধ চোলা
a waist coat
- ফট্phaṭNoun
কোনো সৰু বস্ত্ত (নল ইকৰা আদি) জুইৰ তাপ পাই বা আন কাৰণত ফুটিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the short quick sound produced by something bursting
- ফট্ কৰেfot ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- ফট্ফটাphaṭphaṭāIntransitive verb
ফট্ফট্ শব্দ কৰ্।
- ফট্ফটীয়াphaṭphaṭīẏāAdjective
জলজলীয়া; স্পষ্ট; পৰিষ্কাৰ; ফৰকাল
transparent; bright; shining
- ফটৰাই, ফটৰ কৰেAdverb
ফটৰ শব্দ কৰি।
- ফটৰ্phaṭarNoun
কোনো সৰু বস্ত্ত (নল ইকৰা আদি) জুইৰ তাপ পাই বা আন কাৰণত ফুটিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the short quick sound produced by something bursting
- ফট’কেথ’ডNoun
ফট’কেথ’ড
ফট’কেথ’ড
- ফণধৰphaṇadharaNoun
সাপ; নাগ; যেনে-"সুৰ নৰ কিন্নৰঃ ফণধৰ থৰ থৰঃ মহীধৰ তৰসি প্ৰকম্পে" (বৰগীত)।
- ফণভৃৎpho.na.bhritCommon Noun
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.
- ফণাphaṇāNoun
সাপৰ ফেঁট
the hood of a snake
- ফণা দাংpho.na dangVerb-Intran.
মূৰৰ ফণা বহল আৰু থিয় কৰ্ (সাপৰ ক্ষেত্ৰত)
to raise the hood (as a snake)
- ফণা মেল্pho.na melVerb-Intran.
মূৰৰ ফণা বহল আৰু থিয় কৰ্ (সাপৰ ক্ষেত্ৰত)
to raise the hood (as a snake)
- ফণাকাৰpho.na.kar pho.no.bhritCommon Noun
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.
- ফণাভৃৎbi.le.xoyCommon Noun

- ফণিphaṇiNoun
চুলি আঁচোৰা আৰু সেঁওতা ফলা সঁজুলি
a comb
- ফণি-কাঠphaṇi-kāṭhaNoun
এবিধ বনৰীয়া আওকাঠী গছ
a kind of forest tree
- ফণিয়াTransitive verb
ফণিৰে মূৰ মেলা; ফণিৰে আঁচুৰি পৰিষ্কাৰ কৰ্; ফণিৰ নিচিনা যতনেৰে আঁহ থকা বস্ত্তৰ আঁহ মুকলি কৰ্
to comb
- ফণীphaṇīNoun
সাপ
snake