← ফুৰি যাওক

ফটৰাই, ফটৰ কৰে

অৰ্থ

1.

ফটৰ শব্দ কৰি।

ক্ৰি. বিণ.

2.

হঠাৎ; আগ-পিছ নোহোবাকৈ

suddenly; unexpectedly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ