← ফুৰি যাওক

ফণধৰ

phaṇadhara

অৰ্থ

1.

সাপ; নাগ; যেনে-"সুৰ নৰ কিন্নৰঃ ফণধৰ থৰ থৰঃ মহীধৰ তৰসি প্ৰকম্পে" (বৰগীত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফণধৰ · অসমীয়া অভিধান