← ফুৰি যাওক

ফটোমিটাৰ

pho.to`.mi.tar

অৰ্থ

1.

পোহৰৰ তীব্ৰতা জুখিবৰ কাৰণে ব্যৱহাৰ কৰা এবিধ সঁজুলি৷ ইয়াৰ দ্বাৰা কোনো দ্বীপৰ দীপন-শক্তি জোখা হয়৷

Instrument for measuring light

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফটোমিটাৰ · অসমীয়া অভিধান