কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যোগফলjo`g.pholAbstract Noun
বহু কেইটা বস্তু/সংখ্যা যোগ কৰি পোৱা সংখ্যা ।
A quantity obtained by the addition of a group of numbers.
- যোগবলyogabalaNoun
যোগৰ অদ্ভূত শক্তি
supernatural power obtained by spiritual contemplation
- যোগভ্ৰষ্টAdjective
যোক- নষ্ট হোবা; কিছু কাল যোগৰ অভ্যাস কৰি পাছত তাক এৰা।
- যোগমায়াyogamāẏā
দুৰ্গা; মহামায়া
Durgā
- যোগমূলকVerbal Adj.
যোগ কৰি উৎপন্ন হোৱা বা পোৱা
characterized or produced by addition
- যোগসিদ্ধjo`.go.xid.dhoCommon Noun
সমস্ত ইন্দ্ৰিয়ক দমন কৰি সংসাৰৰ মায়া ত্যাগ কৰা সাধু পুৰুষ
an ascetic of the first rank, who has subdued all his passions and family life
- যোগসুত্ৰহীনProper Adj.
কিবা থকা বা হোৱাৰ কোনো খবৰ নথকা
Having no knowledge of occurrence or existing of
- যোগসূত্ৰjo`.go.xu.troAbstract Noun
Connection or connected group or series
- যোগাyogāTransitive verb
সংগ্ৰহ কৰি দি; গোটাই আন্
to collect; to supply
- যোগাওঁতাjo`.gau~.taCommon Noun
সমল যোগান ধৰা ব্যক্তি
a person who provides a resource
- যোগাত্মকjo’.gat.mokProper Adj.
কোনো কথাৰ সন্মতি প্ৰকাশক বা গ্ৰহণ কৰা বিষয়ক ৷
Characterized by or displaying certainty, acceptance, or affirmation.
- যোগানNoun
নিয়মমতে আৰু নিৰ্দ্দিষ্ট সময়ত বস্ত্ত যোগোবা কাৰ্য্য
a regular supply of things
- যোগান ধৰ্Verb
দৰকাৰী বস্ত্তৰ সংগ্ৰহ কৰ্।
- যোগানকাৰীjo`.gan.ka.riCommon Noun
সমল যোগান ধৰা ব্যক্তি
a person who provides a resource
- যোগানন্দAbstract Noun
যোগকৰ্মই আনি দিয়া আনন্দ
pleasure got through yoga.
- যোগাভ্যাসjo`.ga.bhyaxAbstract Noun
মানসিক আৰু শাৰিৰীক সন্তুলন বঢ়াবলৈ একচিত্তে কৰা এক ধৰণৰ দৈহিক ব্যায়াম বা শৰীৰচৰ্চা ৷
A system of exercises practiced as part of this discipline to promote control of the body and mind.
- যোগাযোগjo’.ga.jo’gAbstract Noun
কথা, সংকেত, লেখা বা আচাৰ-ব্যৱহাৰৰ জড়িয়তে কৰা চিন্তা, বাৰ্তা বা তথ্যৰ বিনিময়
The exchange of thoughts, messages, or information, as by speech, signals, writing, or behavior
- যোগালিyogāliNoun
কোনো কাম কৰা মানুহক সেই কামৰ বস্ত্ত যোগাই দিয়া মানুহ
an unskilled labourer employed to help a workman doing any work
- যোগালীjo’.ga.liCommon Noun
যি ধন বা তেনে কোনো উপাৰ্জনৰ বাবে শাৰীৰিক শ্ৰম কৰে
one who does physical work for money and such other compensation
- যোগাসনyogāsanaNoun
যোগ কৰিবৰ সময়ত বহা ধৰণঃ নাকৰ আগটোলৈ দুই চকুৰে চাই, গোটা পোন আৰু স্হিৰ কৰি, ভৰি দুটা ওপৰা উপৰি কৰি লেপেটি কাঢ়ি কুশাসনত ধ্যান কৰোঁতে কৰা উপবেশন
the sitting posture of a Yogi, i.e., sitting on the hams with legs curled up