যোগান
অৰ্থ
1.
নিয়মমতে আৰু নিৰ্দ্দিষ্ট সময়ত বস্ত্ত যোগোবা কাৰ্য্য
a regular supply of things
বি.
2.
যোগাওন; সংগ্ৰহ কৰি দিয়া কাৰ্য্য; গোটাই আনি দিয়া কাৰ্য্য।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ