← ফুৰি যাওক

যোগমায়া

yogamāẏā

অৰ্থ

1.

দুৰ্গা; মহামায়া

Durgā

2.

যোগৰ অদ্ভূত শক্তি; বিষ্ণুৰ অলৌকিক শক্তি

supernatural power

3.

সংসাৰ-মায়া; যেনে-"তান যোগমায়া অতি পৰম দুষ্কৰ" (ৰত্নাবলী)।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যোগমায়া · অসমীয়া অভিধান