কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আগ-বলীāga-balīAdjective
আগ ভৰিৰ ফালে শকত (জন্ত্ত)
having the front part of the body stouter than the hinder part
- আগ-বিয়াāga-biẏāNoun
ধৰম-বিয়া
first marriage
- আগ-ভাগāga-bhāgaNoun
প্ৰথম বা শ্ৰেষ্ঠ ভাগ; মানৰ ভাগ
the first or principal share
- আগ-ভাগ কৰ্āga-bhāga, kar
আগ কৰ্।
- আগ-ভাতāga-bhātaNoun
মৱতকৰ উদ্দেশ্যে আগেয়ে ৰন্ধা ভাত; যেনে -"অমুকাৰ আগ-ভাত বান্ধো" (গালি)।
- আগ-ভাৰāga-bhāraNoun
বিয়াৰ আগেয়ে কইনাৰ ঘৰলৈ পঠোবা অলঙ্কাৰ কাপোৰ আদিৰ ভাৰ; বোজা
presents sent to the bride before the marriage
- আগ-ভৰাāga-bharāAdjective
দাবা।
- আগ-মঙহāga-maṅahaNoun
জন্ত্তৰ বুকুৰ ভিতৰত সোঁফালে থকা ঘূৰণীয়া আৰু দুৰা-পিঠীয়া, ৰঙচীয়া-ক'লা বৰণৰ এডোখৰ মঙহ; বাখি
the liver
- আগ-মুবাāga-mubāAdjective
সমুখৰ ফালে মুখ কৰা; যেনে-আগমুবা হৈ বহা
facing towards the front
- আগ-মূৰāga-mūraNoun
মূৰৰ সমুখৰ ভাগ; কপাল; যেনে-"আগ-মূৰৰ লিখা, খুজি নাপায় ভিখা"
the forehead
- আগ-শূলāga-śūlaNoun
ল'ৰা বা পোবালি জন্ম হোবাৰ অলপ আগতে মাইকীৰ পেটৰপৰা ওলোবা পানীৰে পূৰ্ণ জোলোঙাৰ নিচিনা বস্ত্ত
the water-bag preceding the birth of a child or young one
- আগ-হতীয়াAdjective
খিয় হৈ ওপৰলৈ হাত মেলিলে যিমান ওখ সিমান ওখ; খিয় হৈ ওপৰলৈ মেলা হাতেৰে ছুবাপৰা বা ঢুকি পোবা; যিনে-আগ-হতীয়া পানী।
- আগ-হাতāga-hātaNoun
গাৰ দক্ষিণ ফালৰ হাত; সোঁ-হাত
the right hand
- আগ-ৰণুবাāga-raṇubāNoun
যি সকলোৰে অগিত থাকি যুঁজে
one fighting in the first rank
- আগʼইতাAdverb
উপযুক্ত, স্বাভাৱিক বা আশা কৰা সময়তকৈ আগেয়ে (অতীত বা ভৱিষ্যতত হোৱা)।
Before the due, usual or expected time (occured in the past or future).
- আগকথাag.ko.thaAbstract Noun
কোনো ডাঙৰ কামৰ আৰম্ভণিতে কৰা কামকাজ৷
An initial action which makes the beginning of further actions.
- আগচVerb-Trans.
0
to stop something or somebody on the way from one place to another.
- আগচালিag.sa.liMaterial Noun
ঘৰৰ চালৰ বেৰৰ বাহিৰে ওলাই থকা অংশ ৷
The overhang at the lower edge of a roof.
- আগচি ধৰVerb-Trans.
0
to stop something or somebody on the way from one place to another.
- আগচি ধৰাa.go.si. dho.raAbstract Noun
কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা
Surrounding or erecting barriers to prevent entry and exit to a place