আগ-হাত
āga-hāta
অৰ্থ
1.
গাৰ দক্ষিণ ফালৰ হাত; সোঁ-হাত
the right hand
বি.
2.
থিয় হৈ ওপৰলৈ পোনকৈ মেলা হাত
the height up to the tips of the fingers of a man standing and stretching his hand upward
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ