← ফুৰি যাওক

আগ-ভাৰ

āga-bhāra

অৰ্থ

1.

বিয়াৰ আগেয়ে কইনাৰ ঘৰলৈ পঠোবা অলঙ্কাৰ কাপোৰ আদিৰ ভাৰ; বোজা

presents sent to the bride before the marriage

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আগ-ভাৰ · অসমীয়া অভিধান