আগ-ৰণুবা
āga-raṇubā
অৰ্থ
1.
যি সকলোৰে অগিত থাকি যুঁজে
one fighting in the first rank
বি.
2.
কোনো বিষয়ত বা কাৰ্য্যত প্ৰথম বাট দেখাওঁহা
one who first shows the way in a new enterprise; pioneer
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ