কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰা-বাঁহrā-bām̐haNoun
ধুমেৰে খুন্দিবলৈ বা চমটাৰে কোবাবলৈ হুকুম হোবা দোষী মানুহক মাটিত পেলাই তাক পখালিকৈ হেঁচি ধৰা বাঁহ
a piece of bamboo laid across a criminal laid flat on the ground for being flogged in order to prevent him from moving his body
- ৰা-ভাকুrā-bhākuNoun
[চাওদাংবিলাকৰ ভিতৰত প্ৰচলিত] ভুচুং পছৰ নিচিনাকৈ সজাই ভূত খেদাবলৈ পঠোবা মানুহ
a man dressed like a buffoon and sent out to drive away evil spirits
- ৰা-শালিকাrā-śālikāNoun
ঘৰ-শালিকাৰ বৰণৰ কিন্ত্ত তাতকৈ অলপ সৰু এবিধ চৰাই; "শালিকা" চোবাঁ
a kind of martin
- ৰা-ৰাrā-rāNoun
জঞ্জাল; কোনো কাৰ্য্যৰ হেতুকে হোবা ভাবনা, চিন্তা বা জেঙা
trouble; anxiety; care; responsibility
- ৰাঁই-জাঁইra~i-ja~Abstract Noun
সকলো বস্তু ঘূৰি থকা যেন লগা আৰু থিৰে থাকিব নোৱাৰি মাটিত পৰি যাব খোজা অৱস্থা
feeling as if everything is turning round and being unable to balance and about to fall down
- ৰাঁইজাঁইrām̐ijām̐iNoun
আচন্দ্ৰাই; ৰাগিয়ে ধৰাৰ নিচিনা ৰোধ
giddiness; brain-fag
- ৰাঁচrām̐caNoun
দুই কানে দুযোৰ বাও লগাই তাতে সৰু সৰু বাঁহৰ কাঠী পথালিকৈ গুঁটি তৈয়াৰ কৰা তাঁত বোবা যতন
the reed of an Assamese loom
- ৰাঁচ-এঠোবাrām̐ca-eṭhobāNoun
"চোবাই-এঠা" চোবাঁ।
- ৰাঁচ-পাতrām̐ca-pātaNoun
ৰিহা গছৰ পাতৰ গঢ়ৰ পাতেৰে এবিধ সৰু গছ [পাতৰ এফাল সেউজীয়া আৰু ইফাল ৰঙা বৰণৰ; পাত খুন্দি ৰঙা ৰং তৈয়াৰ কৰে আৰু তাৰে সূতা, বাঁহৰ কাঠী আদি বোলায়।]
a kind of plant from which red colour is prepared
- ৰাঁচ-ভৰোবাrām̐ca-bharobāNoun
ৰাঁচত তাঁতৰ দীঘৰ সূতা সুমোবা পিতল বা মহৰ শিঙৰ হাঁকোটা; "হাঁকোটা" চোবাঁ।
- ৰাংrāmNoun
সীহৰ নিচিনা কোমল কিন্ত্ত তাতকৈ বগা এবিধ আকৰত পোবা ধাতু; বগীতাম
tin
- ৰাং কুকুৰrang ku.kurCommon Noun
এবিধ বনৰীয়া চিকাৰী কুকুৰ ৷ ই দেখিবলৈ ৰঙচুৱা ৷
A kind of red coloure wild dog.
- ৰাং-কুকুৰrām-kukuraNoun
ৰঙচীয়া বৰণৰ কুকুৰ জাতিৰ এবিধ হিংসুক বনৰীয়া জন্ত্ত; কুবাং
wild dog; cyon dukhunensis
- ৰাংঢালীNoun
আৰু কথকী তিৰোতা।
- ৰাংঢালীrāṇḍhālīAdjective
বৰ ৰঙিয়াল বা ধেমেলীয়া; চঞ্চলা (স্ত্ৰী)
gay; fickle
- ৰাংপতাrāmpatāNoun
পিটি কাকতৰ দৰে পাতল কৰা ৰাং
tin-foil
- ৰাংফাrāmphāNoun
ঘৰৰ বেৰ আদি কেইবাখণ্ড বা ঘৰ কৰি সাজোঁতে প্ৰত্যেক ঘৰৰ চাৰিওফালে লগোবা ফলীয়া কাঠৰ চটা বা বাটাম
a perpendicular or cross bar of batten split wood used in making frames for dividing cane or wood walls into several compartments
- ৰাংবৈয়াrāmbaiẏāAdjective
ৰাং পাতৰ নিচিনা পাতল
very thin like a tin-foil
- ৰাইrāiNoun
ৰাধাদেবী
Rādhā, consort of Krsna
- ৰাই-কপাহ্rāi-kapāhNoun
একে গছৰপৰা প্ৰথম বাৰ ছিঙাৰ পাছত দ্বিতীয় বাৰ জেঠ-আষাঢ়মহীয়া ছিঙা কাপহ
second crop of cotton cotton seeds gathered for the second time