← ফুৰি যাওক

ৰাং

rām

অৰ্থ

1.

সীহৰ নিচিনা কোমল কিন্ত্ত তাতকৈ বগা এবিধ আকৰত পোবা ধাতু; বগীতাম

tin

বি.

2.

চোবোবা পাণ, চূণ-তামোলৰ ৰঙা বৰণ

the red colour of chewed betel nut preparation

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ