← ফুৰি যাওক

ৰা-বাঁহ

rā-bām̐ha

অৰ্থ

1.

ধুমেৰে খুন্দিবলৈ বা চমটাৰে কোবাবলৈ হুকুম হোবা দোষী মানুহক মাটিত পেলাই তাক পখালিকৈ হেঁচি ধৰা বাঁহ

a piece of bamboo laid across a criminal laid flat on the ground for being flogged in order to prevent him from moving his body

বি.

2.

বেলি মাৰ যোবাৰ পাছৰ পছিমফালৰপৰা আকাশত ওলোবা দীঘল দীঘল নানা বৰণৰ আঁচ; বেলিয়ে ঠেং মেলা

beams of light which appear in the sky from the west at sunset

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰা-বাঁহ · অসমীয়া অভিধান