← ফুৰি যাওক

ৰাং-কুকুৰ

rām-kukura

অৰ্থ

1.

ৰঙচীয়া বৰণৰ কুকুৰ জাতিৰ এবিধ হিংসুক বনৰীয়া জন্ত্ত; কুবাং

wild dog; cyon dukhunensis

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰাং-কুকুৰ · অসমীয়া অভিধান