কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰহস্যালাপ
ভিতৰুবা বা গুপুত আলাপ। বিণ. গুপ্ত; নিগুঢ়
secret; hidden
- ৰহাrahāAdjective
ৰহণ লগোবা; যেনে-"কলচীটি সোণৰ নহয়; সোণএৰে ৰহা ৰূপৰহে (বুৰঞ্জী)
guilded; coated
- ৰহিতrahita
শূন্য; বঞ্চিত (বিশেষ্য শব্দৰ পাছত থাকে)
devoid of; deprived
- ৰহিত কৰ্ro.hi.to korVerb-Trans.
সাময়িকভাৱে বন্ধ ৰাখ্ বা পাছলৈ অন্য এটা সময়ত হোৱাকৈ ব্যৱস্থা কৰ্
Temporarily put-off or arrange (an event etc.) to take place at a later time
- ৰহিতকৰণVerbal Noun
The act of removing, revoking, discontinuing or invalidate something
- ৰহিমProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- ৰহিমলাrahimalāNoun
এবিধ ওখ ডাঙৰ আওকাঠী গছ
a kind of tree
- ৰহিয়ালrahiẏālaAdjective
ৰহা-চকীত থকা; ৰহাত উৎপন্ন
belonging to the outpost of Rahā born or produced at Rahā
- ৰহীrahī
[অ. ৰহ বি. তেল পেৰিবলৈ যুগুত কৰা সৰিয়হৰ গুৰি; . কুঁহিয়াৰৰ কেঁচা ৰস
pounded mustard-seed prepared for pressing oil ; raw sugar-cane juice
- ৰহী-পাটrahī-pāṭaNoun
গাহৰি-পাটৰপৰা ওলাই আহি যি কাঠৰ পাটৰ ওপৰেদি কুঁহিয়াৰৰ ৰস বাগৰি কলহ বা টোত পৰেগৈ
the plank of wood over which sugarcane juice rolls down to the vessel kept to hold it
- ৰহী-ভাতrahī-bhātaNoun
কুঁহিয়াৰৰ ৰসত সিজোবা ভাত
rice boiled in sugarcane juice
- ৰহীয়াrahīẏāAdjective
ৰহ থকা
juicy
- ৰহুনCommon Noun
এবিধ পিয়াঁজ গছৰ দৰে সৰু গছ আৰু তাৰ শিপাত হোৱা ফুটাৰ সমষ্টি।
An onionlike plant having a white bulb that breaks up into separable cloves with a strong distinctive odor and flavor.
- ৰহ্rahIntransitive verb
অতি বেছি হৈ বা চৰম অবস্হালৈ আহি মাৰ যা; চৰ্; যেনে-"সময়ত খাবলৈ নেপাই ভোক ৰহি গল"
to abate, as hunger
- ৰহ্নাrahnāNoun
থাকি বা উপস্হিত হৈ কাম কৰোঁতা; যেনে-"কহ্না আছে, ৰহ্না নাই।"
- ৰহৰraharaNoun
এবিধ দাইল খোবা মাহ।
- ৰহৰ দাইলro.hor da.ilCommon Noun
এবিধ হালধীয়া বৰণৰ দাইল৷
a legume plant of the fabaceae family found in East Africa, South Asia and Central America
- ৰহৰহীraharahīAdjective
ৰাংঢালী আৰু কথকী।
- ৰহৰহীয়াraharahīẏāAdjective
ৰস থকা আৰু অলপ মিঠা (আম আদি)
juicy and slightly sweet
- ৰাrāNoun
শব্দ; মাত
sound