← ফুৰি যাওক

ৰহস্যালাপ

অৰ্থ

1.

ভিতৰুবা বা গুপুত আলাপ। বিণ. গুপ্ত; নিগুঢ়

secret; hidden

2.

নিৰ্জ্জন; যেনে-"ৰহস্য খানক লাগি মাতি আনি" (দশম)

private; lonely

3.

গুপ্ত কথা; গূঢ় তত্ত্ব; . যেনে-"তোমাৰ সুমৰি ইটো ৰহস্য-আলাপ। কৰে কামানলে অতি হৱদয়ত তাপ" (কীৰ্ত্তন)।

secrecy; mystery

বি.

4.

ভক্তিতত্ত্ব।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰহস্যালাপ · অসমীয়া অভিধান