ৰহীয়া
rahīẏā
অৰ্থ
1.
ৰহ থকা
juicy
বিণ.
2.
ৰাহি অহা, ৰাহি মিলা; দুটা বস্ত্তৰ পৰস্পৰ মিলা-প্ৰীতি বা সদ্ভাব হোবা; সদায় বেছি পৰিমাণএ পোবা (আন শব্দৰ পাছ\ থাকে); যেনে-"মাছৰহীয়া মানুহ"
agreeing with; getting in abundance
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ