কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এদনীয়া স্বত্বe.do.ni.ya swo.twoAbstract Noun
কোনো পণ্যদ্ৰৱ্য উদ্ভাৱকৰ বাদে আনে যাতে উত্পাদন কৰিব নোৱাৰে তাৰ বাবে আইনগত ব্যৱস্থা
a legal system by which the inventor or discoverer of a product can preserve the right to manufacture / produce the product
- এদায় হe.day hoVerb-Trans.
কোনো বস্তুৰ পৰিমাণ বা যোগান নোহোৱা হ
to get empty of any quantity or supply of something
- এদিনe.dinAdverb
কোনো এটা নিৰ্দিষ্ট দিন ৷
on a particular day.
- এদিনাedināNoun
আন দিন
another day
- এদিনাখনe.di.na.khonAdverb
কোনো এটা নিৰ্দিষ্ট দিন ৷
on a particular day.
- এদিনীয়াedinīẏāAdjective
এদিন থকা; যেনে-"এদিনীয়া তিথি"
lasting one day
- এদেও-দুদেওকৈe.deo`-du.deo`.koiAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- এদো-গেদোedo-gedoAdjective
গা-গধূৰ; লেহেম
slow
- এধানedhānaAdjective
এটা ধানৰ সমান; একণমান; নিচেই কম; অতি অলপ
a little; a bit
- এধানমানe.dhan.manProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- এধানমানিe.dhan.ma.niProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- এধানিe.dha.niProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- এধৰীয়াedharīẏāAdjective
এফালে ধৰাব পৰা; এফালে ধৰোবা (দা, কটাৰী)
with one side of the edge sharpened
- এন আই টিen ai tiAbstract Noun
National Institutes of Technology
- এন এছ জিen es jiProper Noun
সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে গঠিত এক অতি উচ্চ স্তৰীয় ভাৰতীয় কামাণ্ডো দল৷ সেনা আৰু অৰ্দ্ধ সামৰিক গোটৰ পৰা বছা বছা সৈনিকক লৈ তৈয়াৰ কৰা বাহিনী৷
National Security Guards.
- এনখe.nokhProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- এনথenathaAdjective
কিঞ্চিৎ; অকণমান; এচিনটা
a little
- এনথ্ৰাক্সen.thraksProper Noun
গৰু আৰু ভেড়াৰ গাত হোৱা কিন্তু মানুহৰ দেহলৈও সোঁচৰিব পৰা এবিধ মাৰাত্মক ৰোগ৷
an infectious, often fatal disease of cattle, sheep, and other mammals, transmitted to humans by contaminated animal products.
- এনভেলপenabhelapaNoun
খাম; লেফাফা।
envelope
- এনলাৰ্জenalārjaNoun
(ছবি) ডাঙৰ কৰা।
enlarge