← ফুৰি যাওক

এদনীয়া স্বত্ব

e.do.ni.ya swo.two

অৰ্থ

1.

কোনো পণ্যদ্ৰৱ্য উদ্ভাৱকৰ বাদে আনে যাতে উত্পাদন কৰিব নোৱাৰে তাৰ বাবে আইনগত ব্যৱস্থা

a legal system by which the inventor or discoverer of a product can preserve the right to manufacture / produce the product

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

এদনীয়া স্বত্ব · অসমীয়া অভিধান