← ফুৰি যাওক

এদিনীয়া

edinīẏā

অৰ্থ

1.

এদিন থকা; যেনে-"এদিনীয়া তিথি"

lasting one day

বিণ.

2.

অলপদিনীয়া; অস্হায়ী

of short duration

বিণ.

3.

অযোগ্য

untrustworthy

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ