← ফুৰি যাওক

এধৰীয়া

edharīẏā

অৰ্থ

1.

এফালে ধৰাব পৰা; এফালে ধৰোবা (দা, কটাৰী)

with one side of the edge sharpened

বিণ.

2.

এধাৰ বা এশাৰী গোঁঠা মণি থকা

having only one string of beads

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

এধৰীয়া · অসমীয়া অভিধান