কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আখ্যানপ্ৰসিদ্ধProper Adj.
কাহিনীৰ জৰিয়তে অতি বিখ্যাত
very famous through stories
- আখ্যানমালাAbstract Noun
কিংবদন্তিমূলক ঘটনা সংগ্ৰহ
a collection or body of legends
- আখ্য়ানমূলকতাAbstract Noun
আখ্যানমূলক লেখাক অ-আখ্যানমূলক লেখাৰ পৰা পৃথক কৰা বৈশিষ্ট্য বা বৈশিষ্ট্যৰ গোট ইয়াক আখ্যানমূলকতা বুলি জনা যায়৷
a characteristic or group of characteristics that separates narrative writing from non-narrative writing: This is known as narrativity.
- আখ্ৰোটākhroṭaNoun
এবিধ হাবিত হোবা ডাঙৰ গছ আৰু তাৰ বাদামৰ নিচিনা ঘূৰণীয়া গুটি
the walnut tree and its fruit; Juglans Regia
- আখৰākharaNoun
অক্ষৰ; বৰ্ণ; লিখা চিন
a letter of the alphabet
- আখৰ জোঁটাa.khor jo’~taVerb-Trans.
কোনো শব্দৰ বৰ্ণ সমূহ শুদ্ধকৈ কোৱা বা লিখা; বৰ্ণ/আখৰ গোটাই তাৰপৰা শব্দ বনোৱা৷
to say, write the letters of a word in the correct order or to form words correctly from individual letters.
- আখৰ-জোঁটনিNoun
আখৰ জোঁটাই বা লগ লগাই শব্দ লিখা
composition of words from letters
- আখৰাākharāNoun
গাব-বজাবলৈ বা ডাওনা আদি কৰিবলৈ কৰা অভ্যাস
rehearsal
- আখৰা কৰ্a.kho.ra korVerb-Trans.
ৰাজহুৱা পৰিবৰ্শণৰ পূৰ্বে নাটক, সংগীত আদি বাৰে বাৰে অনুশীলন কৰা৷
Practice a play, music etc. for later public performance
- আখৰুবাākharubāAdjective
আখৰ চিনা; লিখিব-পঢ়িব জনা; সাক্ষৰ
literate
- আখৰুবাকৈVerb; Noun
আখৰেৰে (অঙ্কন সলনি); আখৰৰ দ্বাৰা
in letters (as opposed to figures)
- আখৰুৱাa.kho.ru.waProper Adj.
লিখিব-পঢ়িব পৰা
able to read and write
- আখৰে আখৰেAdverb
সম্পূৰ্ণৰূপে; চিনে-চাবে
exactly; literally
- আখৰোটakh.ro`tProper Noun
এটা টান খোলা আৰু ওখোৰা-মোখোৰা উপৰিভাগেৰে সৈতে এবিধ সামান্যভাৱে তিতা সোৱাদ-যুক্ত ফল বা তাৰ গছ।
a slightly bitter-tasting nut with a series of folds in it and a hard shell, or (the expensive light brown wood from) the tree that produces these nuts.
- আগāgaNoun
সম্মুখ; সম্মুখৰ কাল
the front
- আগ আন্
নিজৰ খেতিৰ প্ৰথম দিনা দোবা গছীধান অলপ উৎসব কৰি ঘৰলৈ আন; লখিমী আন্
to bring home the first bundle of harvested paddy ceremonially
- আগ কৰ্
আগত নি; যেনে- তোৰ গাড়ীখন এটাইতকৈ আগ কৰ্
go ahead
- আগ ধৰিāga, dhariAdverb
প্ৰথম কাম-স্বৰূপে; প্ৰথমতে এটাইতকৈ আগেয়ে
first of all; as the first act
- আগ বাঢ়্āga, bāṛh
আগত যা; অগ্ৰসৰ হ; আগ হৈ যা
to go before or ahead
- আগ বঢ়াই আন্āga, baṛhāi, ān
অলপ দূৰলৈ আগ বাঢ়ি গৈ আদৰ বা মান কৰি লগত লৈ আহ্; ; আগ বঢ়াই থ কোনো লোক বিদায় লৈ যাবৰ সময়ত অলপ দূৰলৈ গৈ তেওঁক থৈ আহ্
to go forward and receive with respect ; to go with one to a short distance and see him off