← ফুৰি যাওক

আগ

āga

অৰ্থ

1.

সম্মুখ; সম্মুখৰ কাল

the front

বি.

2.

ওপৰৰ বা মূৰৰ ভাগ; যেনে-গছৰ আগ

the top

বি.

3.

মূৰ; শেষভাগ; যেনে-ৰিহাৰ আগ

the end or extremity

বি.

4.

অতীত কাল; পূৰ্ব্বকাল; যেনে-আগৰ দিন

the past

বি.

5.

পূবকাল; যেনে-আজি আগত বৰষিছে; . বিণ. সম্মুখত থকা; যেনে-আগ-চোতাল

the east ; front

বি.

6.

প্ৰথম; যেনে-আগছোবা; আগ ভাগ; আগ হোবা

first; chief; distinguished

বি.

7.

পূৰ্ব্ববৰ্ত্তী; যেনে-আগদিনা

preceding

বি.

8.

সোঁ; যেনে-আগ হাত

right (hand)

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ