আগ কৰ্
অৰ্থ
1.
আগত নি; যেনে- তোৰ গাড়ীখন এটাইতকৈ আগ কৰ্
go ahead
2.
হাজিৰ কৰ্; ভেটাই বা সাক্ষাৎ কৰাই দি
to produce; to introduce or present a man to a person of rank or authority
3.
নৰিয়া ভাল হ'বলৈ বা আন কোনো কামনা পূৰ হ'বলৈ ভকত বা দেবতাক তেওঁলোকৰ নামে কোনো বিশেষ সেবা-পূজা কৰিবলৈ সংকল্প কৰ্
to contemplate or promise as an oblation to a god or religious persons in expectation of good luck or relief from danger
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ