আখৰুবা
ākharubā
অৰ্থ
1.
আখৰ চিনা; লিখিব-পঢ়িব জনা; সাক্ষৰ
literate
বিণ.
2.
আখৰত ব্যক্ত কৰা; লিখি ৰখা
reduced to writing
বিণ.
3.
অতি পুৰণি; বৰ প্ৰাচীন বা বুঢ়া; স্হবিৰ; যেনে- আখৰুবা বুঢ়া
very old
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ