কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মধ্যপ্ৰাচ্যmo.dhyo.pra.syoAbstract Noun
An area comprising the countries of southwest Asia and northeast Africa. In the 20th century the region has been the continuing scene of political and economic turmoil.
- মধ্যবিত্তmadhyabittaAdjective
বৰ ধনীও নোহোবা, নিচেই দৰিদ্ৰও নোহোবা মজলীয়া অবস্হাৰ; যেনে-মধ্যবিত্ত লোক
one who is neither very rich nor poor; the middle class
- মধ্যবয়স্কmo.dhyo.bo.yo.xkoProper Adj.
ডেকা আৰু বুঢ়া কালৰ মাজৰ অৱস্থা; প্ৰায় ৪৫-৬৫ বছৰৰ মাজৰ বয়সৰ লোক|
Being of the age intermediate between youth and old age, roughly between 45 and 65.
- মধ্যবৰ্তীmadhyabartīAdjective
ভিতৰৰ; মাজত থকা; মধ্যস্হ; . সাধাৰণ; উমৈহতীয়া; যেনে-'মধ্যবৰ্ত্তী কোণ' (জ্যামিতি)
central ; common
- মধ্যবৰ্ত্তীmadhyabarttīAdjective
ভিতৰৰ; মাজত থকা; মধ্যস্হ; . সাধাৰণ; উমৈহতীয়া; যেনে-'মধ্যবৰ্ত্তী কোণ' (জ্যামিতি)
central ; common
- মধ্যভাগmo.dhyo.bhagAbstract Noun
যিকোনো বস্তুৰ একেবাৰে মাজৰ বিন্দুটো।
the point exactly at the middle of an object.
- মধ্যভোগীmo.dhyo.bho`.giCommon Noun
ধনৰ বিনিময়ত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত যোগাযোগ কৰি দিয়া লোক।
a person who takes commission to establish contacts between a seller and a buyer.
- মধ্যমmadhyamaAdjective
মজলীয়া; বৰ ভালো নোহোবা বেয়াও নোহোবা
middling
- মধ্যমতাAbstract Noun
মধ্যমীয়া হোৱাৰ অৱস্থা বা গুণ ৷
the state or quality of being mediocre.
- মধ্যমপন্থীmo.dhyom.pon.thiProper Noun
চৰম আৰু নৰম উভয় পন্থা এৰাই চলি মাজৰ পন্থা অনুসৰন কঁৰোতা ।
In politics and religion, a moderate is an individual who holds an intermediate position between two viewpoints, neither to be extreme or radical by those applying the term.
- মধ্যমাmadhyamāNoun
হাতৰ মাজৰ ডাঙৰ আঙুলি
the middle finger
- মধ্যমা আঙুলিmo.dhyo.ma a.ngu.liCommon Noun
হাতৰ মাজৰ আঙুলিটো, তৰ্জনীৰ কাষৰ আঙুলি।
The 3rd finger of the hand from the thump. It is also the longest finger.
- মধ্যমীয়াmadhyamīẏāAdjective
মজলীয়া
middling
- মধ্যযামmo.dyo.jamAbstract Noun
নিশাৰ মাজ ভাগ
the middle of a night
- মধ্যযুগীয়Proper Adj.
মধ্যযুগৰ সৈতে জড়িত
relating to middle ages
- মধ্যলয়mo.dhyo.loyAbstract Noun
ভাৰতীয় শাস্ত্ৰীয় গায়ন বা বাদনৰ (সাধাৰণতে মাজভাগত) বিলম্বিত লয়তকৈ খৰকৈ কিন্তু দ্ৰুত লয়তকৈ লাহে লাহে তালত কৰা পৰিৱেশন বিশেষ৷
a medium tempo or octave (faster than vilambit but slower than the drut)in Indian classical vocal or instrumental performance, usually towards the middle of the performance.
- মধ্যস্তৰmo.dhyo.storAbstract Noun
দৈহিক বা হ্ৰাসাত্মক কোষ বিভাজনৰ যিটো স্তৰত মহুৰাৰ বিষুৱীয় সমতলত ক্ৰমজ’মবিলাকে স্থিতি লয়
the stage in mitosis or meiosis in which the duplicated chromosomes line up along the equatorial plate of the spindle
- মধ্যস্থmo.dhyos.thoProper Adj.
দুই পৰিমাণ বা মাত্ৰাৰ মাজত হোৱা বা অৱস্থান কৰা।
Occurring or being between two degrees, amounts, or quantities.
- মধ্যস্থতাmo.dhyos.to.taAbstract Noun
কোনো বিবাদৰ ক্ষেত্ৰত শান্তিপূৰ্ণ সমাধানৰ বাবে মাজত থকা অৱস্থা৷
an attempt to effect a peaceful settlement between disputing nations through the friendly good offices of another power.
- মধ্যস্থতাকাৰীmo.dhyos.tho.ta.ka.riVerbal Adj.
যিজনে দুই বিবাদী পক্ষৰ মাজত সহমত স্থাপনৰ উদ্দেশ্যে মধ্যস্থতা কৰে বা আপোছৰ চেষ্টা কৰে।
one who mediates or intervenes (between parties or in a dispute) in order to bring about agreement.