← ফুৰি যাওক

মধ্যস্থতাকাৰী

mo.dhyos.tho.ta.ka.ri

অৰ্থ

1.

যিজনে দুই বিবাদী পক্ষৰ মাজত সহমত স্থাপনৰ উদ্দেশ্যে মধ্যস্থতা কৰে বা আপোছৰ চেষ্টা কৰে।

one who mediates or intervenes (between parties or in a dispute) in order to bring about agreement.

কৃদন্ত বিশেষণ

2.

A person who regulates or conducts a meeting with many participants.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মধ্যস্থতাকাৰী · অসমীয়া অভিধান