← ফুৰি যাওক

মধ্যম

madhyama

অৰ্থ

1.

মজলীয়া; বৰ ভালো নোহোবা বেয়াও নোহোবা

middling

বিণ.

2.

মাজতে ওপজা; মাজু; যেনে-"মধ্যম পাণ্ডব (অৰ্জ্জুন)

middle born

বিণ.

3.

মাজৰ; মাজত থকা

central

বিণ.

4.

সপ্ত-স্বৰৰ অন্যতম স্বৰ।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ