← ফুৰি যাওক

মধ্যবৰ্তী

madhyabartī

অৰ্থ

1.

ভিতৰৰ; মাজত থকা; মধ্যস্হ; . সাধাৰণ; উমৈহতীয়া; যেনে-'মধ্যবৰ্ত্তী কোণ' (জ্যামিতি)

central ; common

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মধ্যবৰ্তী · অসমীয়া অভিধান