কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাপত দিয়াAbstract Noun
Example:बाजैआ फिथा हमदों৷ ओंखाम हमनाय৷
Example:बाजैआ फिथा हमदों৷ ओंखाम हमनाय৷
- ভাবbhāba
"ভাও" চোবাঁ; যেনে-"পৰিগ্ৰহ তেজিলোহো তাপসৰ ভাব" (মা. ক., অযোধ্যাকাণ্ড)।
- ভাব অনুধাৱনbhab o.nu.dha.bonVerbal Noun
আনৰ মনত কি খেলাইছে, আনে কি ভাবিছে, তাক বুজা৷
understanding what somebody else is thinking.
- ভাব-গ্ৰাহীbhāba-grāhīAdjective
উপাসকৰ মনৰ ভাব বূজা আৰু সেইমতে ফল দিওঁতা (ঈশ্বৰ)
accepting the inner thoughts of a devotee at their proper worth
- ভাব-বিনিময়bhab.bi.ni.moiVerbal Noun
The act or process of interacting. Mutual or reciprocal action or influence
- ভাব-বোধকbhāba-bodhakaAdjective
ভাব বুজোবা
signifying a sentiment; expressing a feeling
- ভাব-বোধক ফুটbhāba-bodhaka, phuṭaNoun
খং, আচৰিত হোবা ইত্যাদি ভাব বুজোবা চিন "!"
the note of interjection
- ভাব-ভংগীbhab-bhong.giAbstract Noun
কোনো বস্তু বা বিষয়ৰ প্ৰতি থকা অনুভৱ
feelings towards something
- ভাবঁতীbhābam̐tī
"ভাবোঁতা" চোবাঁ।
- ভাবঁৰীbhābam̐rīNoun
কঁৰাশলি ঘূৰোবা কাঠৰ ঘিলা
the fly-wheel which keeps in motion the spindle on which the muga silk is wound
- ভাবঁৰী-পকীয়াbhābam̐rī-pakīẏāAdjective
বৰ পাক-চক্ৰ থকা কথা কোবা; বেগাই কথা লৰোবা (মানুহ, কথা)
not speaking plainly or not spoken strightly or uprightly
- ভাবঁৰী-পাকNoun
[সং. ভ্ৰমৰী] যাওঁ বুলি থিতাতে ঘূৰি অহা গতি; কথাৰ আও-পাক।
- ভাবকbhābakaNoun
যি চিন্তা কৰে
a thinker
- ভাবতbhābataNoun
মহাভাৰত পুথি।
- ভাবধাৰাbhab.dha.raAbstract Noun
আদৰ্শ বা বিশ্বাসৰ এক ধাৰা
a set of principles or belief
- ভাবনbhābanaNoun
সৱষ্টি কৰোঁতা; যেনে-"পতিত-পাবন এভব-ভাবন" (গুণমালা)
Creator
- ভাবনাbhābanāNoun
ভাও ধৰা কাৰ্য্য
act of feigning
- ভাবনিbhābaniNoun
মনৰ গুণনি বা উগুল-থুগুল অবস্হা; চিন্তা
anxiety
- ভাবন্তাbhābantāNoun
সৱষ্টি কৰোঁতা; যেনে-"পতিত-পাবন এভব-ভাবন" (গুণমালা)
Creator
- ভাবন্তিৰেbhābantireAdverb
ভক্তি বা সম্মানসহকাৰে; নম্ৰভাবে
respectfully