← ফুৰি যাওক

ভাব

bhāba

অৰ্থ

1.

"ভাও" চোবাঁ; যেনে-"পৰিগ্ৰহ তেজিলোহো তাপসৰ ভাব" (মা. ক., অযোধ্যাকাণ্ড)।

2.

মিনতি, নম্ৰতা, প্ৰীতি, প্ৰণয়; ভক্তি; যেনে-"ভাবেৰে পৰিলে পকা ধানেও বাট দিয়ে"; "পৰিহৰা মানুষক মোট কৰা ভাব" (মা. ক., অৰণ্যকাণ্ড)

regard; respect; love; attachment; devotion

বি.

সমাৰ্থক শব্দ

3.

কামভাব; যেনে-"দৰশাই লীলা ভাব-ভ্ৰুভঙ্গে" (কীৰ্ত্তন)

amorous gestures

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ